মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ অসম ৰাজ্যিক কৃষি বিপণন পৰিষদ

বজাৰ দৰ আৰু আগমন

অসম ৰাজ্যিক কৃষি বিপণন পৰিষদে প্ৰধান কৃষিখণ্ডৰ বজাৰসমূহৰ পৰা কৃষিজাত পণ্য সামগ্ৰীসমূহৰ দৰ আৰু আগমণৰ বাৰ্তা প্ৰচাৰ কৰি আহিছে।

  • পৰিষদৰ ৱেবছাইট আৰু ভাৰত চৰকাৰৰ এগ্ৰিমাৰ্কেট পৰ্টেলৰ জৰিয়তে দৈনিক ভিত্তিত
  • আকাশবাণী আৰু দূৰদৰ্শনৰ জৰিয়তে সাময়িক দৰ প্ৰচাৰ পত্ৰিকা
  • প্ৰদৰ্শনৰ বৰ্ডৰ জৰিয়তে প্ৰধান পণ্য সামগ্ৰীসমূহৰ দৰ দৈনিক উন্নীতকৰণ।

বিভিন্ন পণ্য-সামগ্ৰী আৰু বজাৰসমূহৰ দৰসমূহ তলত দিয়া লিংকৰ সহায়ত চাব পাৰি-