মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ অসম ৰাজ্যিক কৃষি বিপণন পৰিষদ

লক্ষ্য আৰু অভিযান

কৃষিজাত উত্পাদনসমূহৰ ক্ৰয়-বিক্ৰয়ৰ উন্নত নিয়ন্ত্ৰণ আৰু অসম ৰাজ্যত কৃষিজাত উত্পাদনসমূহৰ বাবে বজাৰ স্থআপন তথা তাৰ লগত সম্পৰ্কিত বিষয়সমূহৰ ব্যৱস্থা কৰা।