মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ অসম ৰাজ্যিক কৃষি বিপণন পৰিষদ

শীতল সংগ্ৰহণৰ নিৰ্মাণ

ক্ৰমিক নং

স্থান

ক্ষমতা

পুঁজিৰ উত্স

বৰ্তমানৰ স্থিতি

১

বৰ্ণিহাট(গুৱাহাটীৰ ওচৰৰ)

৫০০ মেট্ৰিক টন

মচলা পৰিষদ আৰু অসম ৰাজ্যিক কৃষি বিপণন পৰিষদ

কাৰ্য্যক্ষম অৱস্থাত

২

শিঙিমাৰি(গুৱাহাটীৰ ওচৰৰ)

২,০০০ মেট্ৰিক টন

উত্তৰ পূব পৰিষদ

কাৰ্য্যক্ষম অৱস্থাত

৩

গোসাইগাওঁ(কোকোৰাঝাৰ)

২,০০০ মেট্ৰিক টন

উত্তৰ পূব পৰিষদ আৰু অসম চৰকাৰ/অসম ৰাজ্যিক কৃষি বিপণন পৰিষদ

কাৰ্য্যক্ষম অৱস্থাত

৪

চেনিজান(যোৰহাট)

২,০০০ মেট্ৰিক টন

উত্তৰ পূব পৰিষদ আৰু অসম চৰকাৰ/অসম ৰাজ্যিক কৃষি বিপণন পৰিষদ

কাৰ্য্যক্ষম অৱস্থাত

৫

খাৰুপেটীয়া(দৰং)

৫,০০০ মেট্ৰিক টন

  নাবাৰ্ডৰ পণ্যাগাৰ আন্ঃগাঁঠনি পুঁজিৰ অধীনত

নিৰ্মিয়মান অৱস্থাত

৬

ছয়গাওঁ(কামৰূপ)

৫,০০০ মেট্ৰিক টন

  নাবাৰ্ডৰ পণ্যাগাৰ আন্ঃগাঁঠনি পুঁজিৰ অধীনত

নিৰ্মিয়মান অৱস্থাত

 

মুঠ

১৬,৫০০ মেট্ৰিক টন