Specified agricultural commodities
ধাৰাৰ অধীনত
- মৰাপাট (গাঠ বন্ধা আৰু নবন্ধা)
- কপাহ (নেওচা আৰু নেওঠন নিদিয়া)
- মেষ্টা
- শণ
- খাদ্যশস্য
- ধান
- দ-ধান
- মুড়ী
- চিৰা
- খৈ
- গম আৰু গমৰ পৰা উৎপাদিত সামগ্ৰী
- বজ্ৰা
- অন্যান্য জোঁৱাৰ
- ধানৰ ভূচি
- চাউলৰ মাৰ্কা আৰু পলিচ
- গমৰ মাৰ্কা আৰু পলিচ
- শুকান বীজ
- মাটি মাহ
- মুগ
- অৰহৰ
- মটৰ
- বুট
- মচুৰ
- তেলজাতীয় শস্য
- তিল
- সৰিয়হ
- তিসি
- এৰা গুটি
- কপাহ
- নাৰিকল
- তিচি
- ৰাগিয়াল দ্ৰৱ্য – ধপাত
- পশুপালন উত্পাদনসমূহ
- কণী
- হাঁহ-পাৰ
- গো-ধন
- ভেড়া
- ঘোঁৰা
- ছাগলী
- ম’হ
- গাখীৰ
- বাটাৰ আৰু ক্ৰীম
- ঘিঁ
- উল
- জন্তুৰ ছাল
- বাখৰ আৰু মছলা
- তামোল
- পান
- কাজু বাদাম
- সকলো ধৰণৰ মাছ (ধাতুপাত্ৰত সুৰক্ষিত মাছৰ বাহিৰে)
- বনৰ উৎপাদনসমূহ
- লা
- ৰবৰ
- কাঠ
- ৰেচমজাতীয় উৎপাদনসমূহ
লেটা গুটি আৰু সূতা - এড়ী
- মুগা
২২-১২-১৯৯৯ তাৰিখে চৰকাৰৰ AGA.525/97/26 নং অধিসূচনাযোগে তলত দিয়া সামগ্ৰীকেইবিধ সংযোগ কৰা হৈছে-
- কুঁহিয়াৰ
- গুড়
- বাঁহ
- বেত