মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ অসম ৰাজ্যিক কৃষি বিপণন পৰিষদ

খেতিয়কৰ সমবায়সমূহৰ সদস্যসকলক প্ৰশিক্ষণ

তথ্য প্ৰযুক্তিৰ ওপৰত প্ৰশিক্ষণ


ক্ৰমিক নং

প্ৰশিক্ষণৰ নাম/ শিক্ষা ভ্ৰমণ

পৰিচালনা

স্পনচৰ

নিয়ন্ত্ৰিত বজাৰ সমিতিৰ অধীনৰ খেতিয়ক সমবায়

অংশগ্ৰহণকাৰীৰ সংখ্যা

স্থান আৰু তাৰিখ

খেতিয়ক সমবায়সমূহৰ সদস্যসকলৰক তথ্য প্ৰযুক্তিৰ ওপৰত প্ৰশিক্ষণ

 

এম/এচ দীক্ষা ফাউনডেশ্বনৰ জৰিয়তে
অসম ৰাজ্যিক কৃষি বিপণন পৰিষদ, স্বৰস্বতী এপাৰ্টমেণ্ট, ৫ ম মহলা, ভঙাগড়, জি. এচ. ৰোড, গুৱাহাটী- ৫

ভাৰত চৰকাৰৰ বিপণন আৰু পৰিদৰ্শন সঞ্চালকালয়ৰ এম.আৰ.আই.ডি

বাহাৰিহাট, বঙাইগাওঁ, ধুবুৰী, গোৱালপাৰা, গোলাঘাট, জিএচএমচি, নলবাৰী, উত্তৰ লক্ষীমপুৰ, যোৰহাট, লংকা, তিনিচুকীয়া

১০০

গুৱাহাটী
০৩-০৭-২০০৬ ৰ পৰা ২৯-০৭-২০০৬

তথ্য প্ৰযুক্তিৰ ওপৰত প্ৰশিক্ষণ


ক্ৰমিক নং

প্ৰশিক্ষণৰ নাম/ শিক্ষা ভ্ৰমণ

পৰিচালনা

স্পনচৰ

নিয়ন্ত্ৰিত বজাৰ সমিতিৰ অধীনৰ খেতিয়ক সমবায়

অংশগ্ৰহণকাৰীৰ সংখ্যা

স্থান আৰু তাৰিখ

ৰাজ্যৰ বাহিৰলৈ শিক্ষা সহ এক্সপোজাৰ ভ্ৰমণ

অসম ৰাজ্যিক কৃষি বিপণন পৰিষদ

ভাৰত চৰকাৰৰ বিপণন আৰু পৰিদৰ্শন সঞ্চালকালয়ৰ এম.আৰ.আই.ডি

বাহাৰিহাট, বঙাইগাওঁ, ধুবুৰী, গোৱালপাৰা, গোলাঘাট, জিএচএমচি, নলবাৰী, উত্তৰ লক্ষীমপুৰ, যোৰহাট, লংকা, তিনিচুকীয়া

২০

মহাৰাষ্ট্ৰ, গোৱা, কৰ্ণাটক, কেৰেলা
০৪-০৯-২০০৬ ৰ পৰা ২১-০৯-২০০৬লৈ

খেতিয়কৰ আন্তঃৰাজ্যিক উদ্যান বিদ্যা ভ্ৰমণ

কৃষি আৰু গ্ৰাম্য উন্নয়ন কেন্দ্ৰ

অসম ৰাজ্যিক কৃষি বিপণন পৰিষদ

গোলাঘাট, দিহিং, যোৰহাট, তিনিচুকীয়া

২০

পাঞ্জাৱ
০৮-১২-২০০৮ ৰ পৰা ১৮-১২-২০০৮

খেতিয়কৰ আন্তঃৰাজ্যিক উদ্যান বিদ্যা ভ্ৰমণ

কৃষি আৰু গ্ৰাম্য উন্নয়ন কেন্দ্ৰ

অসম ৰাজ্যিক কৃষি বিপণন পৰিষদ

লংকা, হাওলী, জিএচএমচি, কোকোৰাঝাৰ

২০

কৰ্ণাটক
২৮-০১-২০০৯ ৰ পৰা ০৬-০২-২০০৯

কৃষি বিপণন ব্যৱস্থাপনাৰ ওপৰত প্ৰশিক্ষণ

কৃষি বিপণনৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান

অসম ৰাজ্যিক কৃষি বিপণন পৰিষদ

দিহিং, মৰিগাওঁ, জিএচএমচি, হাওলী, গোৱালপাৰা, দৰং, নলবাৰী

৩১

অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ মূখ্য কাৰ্য্যালয়ত
১৭-০৩-২০০৯

কৃষি বিপণন ব্যৱস্থাপনাৰ ওপৰত প্ৰশিক্ষণ

কৃষি বিপণনৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান

অসম ৰাজ্যিক কৃষি বিপণন পৰিষদ

বাহাৰিহাট, কাছাৰ, দৰং, ধিং, গোৱালপাৰা, গোলাঘাট, জিএচএমচি, হাওলী, যোৰহাট, কৰিমগঞ্জ, লংকা, মৰিগাওঁ, শোণিতপুৰ

৩৪

অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ মূখ্য কাৰ্য্যালয়ত
২০-১০-২০০৯ ৰ পৰা ২৪-১০-২০০৯