মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ অসম ৰাজ্যিক কৃষি বিপণন পৰিষদ

চৰকাৰী ক্ৰয়

আলুৰ চৰকাৰী ক্ৰয়

চৰকাৰৰ নিৰ্দেশনা অনুসৰি অসম ৰাজ্যিক কৃষি বিপণন পৰিষদে বৰপেটা আৰু শোণিতপুৰ জিলাৰ আলু খেতিয়কসকলক ন্যায্য মূল্য যোগান ধৰাৰ উদ্দেশ্যে মাৰ্চ,২০১৭ৰ পৰা প্ৰতি কুইণ্টলত ৫০০ টকাকৈ আলু চৰকাৰী ক্ৰয় কৰি আছে। এই উদ্দেশ্যে পৰিষদে, খাদ্য আৰু অসামৰিক যোগান আৰু গ্ৰাহক সুৰক্ষা বিভাগৰ পৰা ১ কোটি টকা লাভ কৰিছে। এতিয়ালৈ পৰিষদৰ দ্বাৰা চৰকাৰীভাৱে কৰা আলুৰ ক্ৰয় তলত দেখুওৱা হল –চাবলৈ চোৱাইপ (Swipe)  কৰক I

নিয়ন্ত্ৰিত বজাৰ সমিতি নাম

কেন্দ্ৰৰ নাম

মে,২০১৭লৈ আলু ক্ৰয় কৰা (কুইণ্টল)ত

ব্যয় (টকাত)

শোণিতপুৰ জিলা নিয়ন্ত্ৰিত বজাৰ সমিতি   

জিনজিয়া

১০,৯৪০.২৫

৫৪,৭০,১২৫.০০

বহৰিহাট নিয়ন্ত্ৰিত বজাৰ সমিতি

মন্দিয়া

৪,৫১৫.৫০

২৫,৭৩,৮৩৫.০০

হাউলী নিয়ন্ত্ৰিত বজাৰ সমিতি

মন্দিয়া

১,৫৬৭.৮০

৮,৯৩,৬৪৬.০০

মুঠ

 

১৭,০২৩.৫৫

৮৯,৩৭,৬০৬.০০