মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ অসম ৰাজ্যিক কৃষি বিপণন পৰিষদ

চৰকাৰী ক্ৰয়

বাও ধানৰ চৰকাৰী ক্ৰয়

বাও ধান (ৰঙা ধান)

অসম ৰাজ্যিক কৃষি বিপণন পৰিষদে ২০১৩-১৪ বৰ্ষৰ পৰা এটা মেচাৰ্ছ নেচাৰ ফুডচ্ লিমিটেড নামৰ ৰপ্তানি সদনৰ ডাকত, বানপানী প্ৰৱণ জিলা ধেমাজি, মাজুলী আৰু মৰিগাঁৱৰ বাওধানৰ খেতিয়কসকলক লাভজনক দৰ আনি দিয়াৰ উদ্দেশ্যে এখন চুক্তিৰ অধীনত বাওঁ ধান চৰকাৰীভাৱে ক্ৰয় কৰি আছে। ধানখিনি কললৈ নি, হাৰিয়ানা মূলৰ কোম্পানীটোৰ দ্বাৰা ৰপ্তানি কৰা হয়।
চৰকাৰী ক্ৰয়ৰ স্থিতি তলত দিয়া ধৰণৰ –
চাবলৈ চোৱাইপ (swipe) কৰক

বিত্তীয় বৰ্ষ

সৰ্বমুঠ চৰকাৰী ক্ৰয় (কুইণ্টলত)

চৰকাৰী ক্ৰয় দৰ (প্ৰতি কুইণ্টলত)

২০১৩-১৪

১৬৪৯.৬৭

১৫০০.০০

২০১৪-১৫

৬১৩৫.৩৩

১৫০০.০০

২০১৫-১৬

২৭৬৫.৯৬

১৫০০.০০

২০১৬-১৭

২৭৪০.১২

১৫০০.০০